🔴 ব্ৰেকিং নিউজ
গুৱাহাটীৰ উৰণ সেতুত ভয়ংকৰ দুৰ্ঘটনা, অট’চালকৰ মৃত্যু অসম

গুৱাহাটীৰ উৰণ সেতুত ভয়ংকৰ দুৰ্ঘটনা, অট’চালকৰ মৃত্যু

তীব্ৰবেগী বাহনৰ খুন্দাত নিহত তপন কলিতা, সংকটজনক অৱস্থাত মহিলা যাত্ৰী

কাছাৰত ৫১১ বস্তা ইউৰিয়া সাৰ জব্দ, দুজন গ্ৰেপ্তাৰ অসম

কাছাৰত ৫১১ বস্তা ইউৰিয়া সাৰ জব্দ, দুজন গ্ৰেপ্তাৰ

কালাইনছৰাত আৰক্ষীৰ তালাচীত ট্ৰাকৰ পৰা উদ্ধাৰ সাৰ; ক’লা বজাৰৰ সন্দেহত তদন্ত

১১,২০০ মেগাৱাটৰ ছিয়াং বৃহৎ বান্ধ বন্ধৰ দাবী আদিবাসী সংগঠনৰ উত্তৰ-পূব

১১,২০০ মেগাৱাটৰ ছিয়াং বৃহৎ বান্ধ বন্ধৰ দাবী আদিবাসী সংগঠনৰ

অমিত শ্বাহলৈ স্মাৰকপত্ৰ, জনজাতীয় লোকৰ স্থানচ্যুতি আৰু পৰামৰ্শৰ অভাৱক লৈ উদ্বেগ

টাটা গোষ্ঠীৰ অধ্যক্ষ পদক লৈ বিতৰ্ক, বৈঠকৰ দৃশ্য-শ্ৰাব্য নথি বিচাৰিলে নোৱেল টাটাই ৰাষ্ট্ৰীয়

টাটা গোষ্ঠীৰ অধ্যক্ষ পদক লৈ বিতৰ্ক, বৈঠকৰ দৃশ্য-শ্ৰাব্য নথি বিচাৰিলে নোৱেল টাটাই

১৭ ছেপ্টেম্বৰৰ টাটা ছন্সৰ পৰিচালনা সমিতিৰ বৈঠকৰ ৰেকৰ্ডিং বিচাৰি পুনৰ পত্ৰ; এন চন্দ...

মেটাৰ কাৰ্যালয়ত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ, ভাঙিলে ফুলৰ টাব ৰাষ্ট্ৰীয়

মেটাৰ কাৰ্যালয়ত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ, ভাঙিলে ফুলৰ টাব

সামাজিক মাধ্যমৰ একাউণ্টত নিষেধাজ্ঞা আৰোপৰ অভিযোগ; সাত দিনৰ সময়সীমা বান্ধি দিলে মেটাক

ডেৰগাঁৱত মাতৃ-কন্যাক হাৰাশাস্তিৰ অভিযোগ, বন্দুক দেখুৱাই ভাবুকি অসম

ডেৰগাঁৱত মাতৃ-কন্যাক হাৰাশাস্তিৰ অভিযোগ, বন্দুক দেখুৱাই ভাবুকি

আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ অভিযোগ তুলি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিলে পৰিয়ালটোৱে

ফিটনেছ আৰু বীমা অবিহনেই গুৱাহাটীৰ পথত ১০০খন বৈদ্যুতিক বাছ! অসম

ফিটনেছ আৰু বীমা অবিহনেই গুৱাহাটীৰ পথত ১০০খন বৈদ্যুতিক বাছ!

অ’লেক্ট্ৰা বাছৰ নথি-পত্ৰক লৈ পৰিবহণ বিভাগৰ ভূমিকাত প্ৰশ্ন

‘ভাৰতক বদনাম কৰিবলৈ ধন লাভ কৰে ৰাহুলে’—বিজেপিৰ তীব্ৰ সমালোচনা ৰাষ্ট্ৰীয়

‘ভাৰতক বদনাম কৰিবলৈ ধন লাভ কৰে ৰাহুলে’—বিজেপিৰ তীব্ৰ সমালোচনা

ট্ৰাম্প, ছি আৰু পুটিনৰ বৈঠকৰ ছবি প্ৰকাশ কৰি মোদীক ‘আপোচ কৰা প্ৰধানমন্ত্ৰী’ আখ্যা ক...

🗞️ ডিজিটেল ই-বাতৰি সংস্কৰণ (ePaper Digital Editions)
ব্ৰডশ্বিট ই-বাতৰি সংস্কৰণ

Daily Edition

📅 ২২ নৱেম্বৰ, ২০২৬ (দেওবাৰ)
✓ মুঠ ১ পৃষ্ঠাৰ সম্পূৰ্ণ ডিজিটেল সংস্কৰণ (গুৱাহাটী সংস্কৰণ)
✓ প্ৰথম পৃষ্ঠা সকলো পাঠকৰ বাবে বিনামূলীয়া প্ৰিভিউ
✓ অন্তৰ্ভুক্ত পৃষ্ঠা (২–৮) আৰু অফলাইন PDF সংগ্ৰহৰ বাবে সহজ ডিজিটেল পাচ

📅 পূৰ্বৱৰ্তী প্ৰকাশিত সংখ্যাসমূহ (Recent Past Issues)

সম্পূৰ্ণ কেলেণ্ডাৰ আৰ্কাইভ ↗

⚡ দৃশ্যমান ৱেব ষ্টৰিজ আৰু হাইলাইটস

দৃশ্যমান ষ্টৰী চাবলৈ চুইপ বা ক্লিক কৰক
ব্ৰহ্মপুত্ৰৰ সুন্দৰ সূৰ্যাস্ত আৰু উমানন্দৰ দৃশ্য
▶
ভ্ৰমণ
ব্ৰহ্মপুত্ৰৰ সুন্দৰ সূৰ্যাস্ত আৰু উমানন্দৰ দৃশ্য

অনলাইনত পঢ়ক সম্পূৰ্ণ ৮ পৃষ্ঠাৰ দৈনিক সংবাদপত্ৰ

উচ্চ সংবেদনশীল জুম, আৰ্টিকল ক্লিপিং, ৫ বছৰীয়া আৰ্কাইভ আৰু বিজ্ঞাপনমুক্ত ডিজিটেল অভিজ্ঞতা মোবাইল, টেবলেট আৰু কম্পিউটাৰত।

দৈনিক পাচ ₹৫ · মাহেকীয়া ₹৯৯ · বাৰ্ষিক ₹৪৯৯ এতিয়াই চাবস্ক্ৰাইব কৰক