🔴 ব্ৰেকিং নিউজ
প্ৰথম পৃষ্ঠা › অসম › ৰূপহীহাটৰ লাওখোৱাত ৰাৱণৰ লগতে দাহ কৰা হ’ল পইতাচ...
অসম

ৰূপহীহাটৰ লাওখোৱাত ৰাৱণৰ লগতে দাহ কৰা হ’ল পইতাচোৰাৰ প্ৰতিকৃতি

বিজয়া দশমী উপলক্ষে ৰূপহীহাটৰ লাওখোৱাত ৰাৱণ দাহন কাৰ্যসূচীৰ আয়োজন কৰা হয়।

ৰূপহীহাটৰ লাওখোৱাত ৰাৱণৰ লগতে দাহ কৰা হ’ল পইতাচোৰাৰ প্ৰতিকৃতি

ৰূপহীহাটৰ লাওখোৱাত ৰাৱণৰ লগতে দাহ কৰা হ’ল পইতাচোৰাৰ প্ৰতিকৃতি

অসম জাতিৰ খবৰ, ৰূপহীহাট, ২১ অক্টোবৰঃ বিজয়া দশমী উপলক্ষে ৰূপহীহাটৰ লাওখোৱাত ৰাৱণ দাহন কাৰ্যসূচীৰ আয়োজন কৰা হয়। এইবাৰ ৰাৱণৰ লগতে ‘ককৰচ জনতা পাৰ্টী’ বুলি অভিহিত পইতাচোৰাৰ প্ৰতিকৃতিও দাহ কৰা হয়।পইতাচোৰাই দেশত অশান্তিৰ সৃষ্টি কৰি অহাৰ অভিযোগ উত্থাপন কৰি অশুভ শক্তিৰ বিনাশৰ প্ৰতীক হিচাপে এই পদক্ষেপ গ্ৰহণ কৰে লাওখোৱা বাৰোৱাৰী দুৰ্গা পূজা সমিতিয়ে।সমিতিখনৰ উদ্যোগত অনুষ্ঠিত এই ৰাৱণ দাহন কাৰ্যসূচীত শতাধিক ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে।

🗞️ ছপা সংস্কৰণ আৰু ই-বাতৰি
এই বাতৰি আজিৰ সম্পূৰ্ণ ৮ পৃষ্ঠাৰ ডিজিটেল ই-বাতৰিত পঢ়ক

সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।

এই সংবাদ শ্বেয়াৰ কৰক:
WhatsApp X (Twitter) Facebook

অসম বিভাগৰ অধিক সংবাদ