🔴 ব্ৰেকিং নিউজ
প্ৰথম পৃষ্ঠা › অসম › ধৰমতুলৰ ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ দুৰ্ঘটনা, কৰ্ত...
অসম

ধৰমতুলৰ ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ দুৰ্ঘটনা, কৰ্ত্যবৰত অৱস্থাতে চাৰিচকীয়া বাহনৰ খুন্দাত নিহত এজন গৃহৰক্ষী জোৱান।

ধৰমতুলৰ ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ দুৰ্ঘটনা, কৰ্ত্যবৰত অৱস্থাতে চাৰিচকীয়া বাহনৰ খুন্দাত নিহত এজন গৃহৰক্ষী জোৱা ন।

চাৰিচকীয়া বাহনৰ খুন্দাত নিহত গৃহৰক্ষী জোৱানজন প্ৰায় ৫০ বছৰিয়া জিতুমণি কলিতা।

মৰিগাঁও আৰক্ষী চাউনিত নিয়োজিত জিতুমণি কলিতাই ৰাজ্যপালৰ ভ্ৰমণৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত কৰ্ত্যবৰত হৈ আছিল।

ৰাষ্ট্ৰীয় ঘাইপথত কৰ্তব্য পালন কৰি থকাৰ অৱস্থাতে জিতুমণি কলিতাক এখন চাৰিচকীয়া বাহনে খুন্দা মাৰে।

বাহন খনৰ খুন্দাত থিতাতে নিহত জিতুমণি কলিতাৰ মৃতদেহটো বৰ্তমান আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ আনে।

🗞️ ছপা সংস্কৰণ আৰু ই-বাতৰি
এই বাতৰি আজিৰ সম্পূৰ্ণ ৮ পৃষ্ঠাৰ ডিজিটেল ই-বাতৰিত পঢ়ক

সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।

এই সংবাদ শ্বেয়াৰ কৰক:
WhatsApp X (Twitter) Facebook

অসম বিভাগৰ অধিক সংবাদ