🔴 ব্ৰেকিং নিউজ
প্ৰথম পৃষ্ঠা › আন্তঃৰাষ্ট্ৰীয় › বেডমিণ্টনত আধিপত্য অব্যাহত আন ছে ইয়ঙৰ
আন্তঃৰাষ্ট্ৰীয়

বেডমিণ্টনত আধিপত্য অব্যাহত আন ছে ইয়ঙৰ

ৰক্ষণাত্মক দক্ষতা, কৌশলী আক্ৰমণ আৰু মানসিক দৃঢ়তাৰে বিশ্বৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ হিচাপে প্ৰতিষ্ঠা দক্ষিণ কোৰিয়াৰ তাৰকা

বেডমিণ্টনত আধিপত্য অব্যাহত আন ছে ইয়ঙৰ

বেডমিণ্টনত আধিপত্য অব্যাহত আন ছে ইয়ঙৰ

ৰক্ষণাত্মক দক্ষতা, কৌশলী আক্ৰমণ আৰু মানসিক দৃঢ়তাৰে বিশ্বৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ হিচাপে প্ৰতিষ্ঠা দক্ষিণ কোৰিয়াৰ তাৰকা

অসম জাতিৰ খবৰ, অসম, ৩১ অক্টোবৰ: বেডমিণ্টন জগতত নিজৰ অসাধাৰণ ধাৰাবাহিকতা আৰু খেলৰ কৌশলেৰে আধিপত্য বিস্তাৰ কৰিছে দক্ষিণ কোৰিয়াৰ ২৪ বছৰীয়া তাৰকা আন ছে ইয়ঙে। শক্তিশালী ৰক্ষণ, নিয়ন্ত্ৰিত আক্ৰমণ আৰু নিখুঁত শ্বটৰ জৰিয়তে প্ৰতিপক্ষৰ বাবে তেওঁ এক কঠিন প্ৰত্যাহ্বান হৈ পৰিছে।

২০২৪ চনত ৯৮.৫ শতাংশ মেচত জয়লাভ কৰাৰ লগতে বিশ্ব চেম্পিয়নশ্বিপ আৰু এছিয়ান গেমছৰ খিতাপ অৰ্জন কৰিছিল খেলুৱৈগৰাকীয়ে। আঘাত আৰু কঠিন প্ৰতিদ্বন্দ্বিতাৰ মাজতো নিজৰ খেলৰ কৌশল উন্নত কৰি মানসিক দৃঢ়তা আৰু ক্ষীপ্ৰ গতিৰে বেডমিণ্টনৰ অন্যতম আগশাৰীৰ খেলুৱৈ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে আন ছে ইয়ঙে

🗞️ ছপা সংস্কৰণ আৰু ই-বাতৰি
এই বাতৰি আজিৰ সম্পূৰ্ণ ৮ পৃষ্ঠাৰ ডিজিটেল ই-বাতৰিত পঢ়ক

সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।

এই সংবাদ শ্বেয়াৰ কৰক:
WhatsApp X (Twitter) Facebook

আন্তঃৰাষ্ট্ৰীয় বিভাগৰ অধিক সংবাদ